సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ఉదాహరణ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
పర్యాయపదాలు : ক্লাছ
అర్థం : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
ఉదాహరణ : তুমি কোন শ্রেণীত পঢ়া ?
పర్యాయపదాలు : কক্ষা, ক্লাছ, মহলা
అర్థం : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ఉదాహరణ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
పర్యాయపదాలు : সমুদায়, ্বর্গ
అర్థం : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ఉదాహరణ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
పర్యాయపదాలు : গোট, বর্গ
అర్థం : কোনো কোঠাত উপস্থিত লোক
ఉదాహరణ : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
పర్యాయపదాలు : কোঠা
ఆప్ స్థాపించండి