పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শোষণ అనే పదం యొక్క అర్థం.

শোষণ   বিশেষ্য

అర్థం : দুর্বল ্বা অধীনস্থ কোনো লোকৰ পৰিশ্রম, আয় আদিৰ পৰা অনুচিত লাভ উঠোৱা কার্য

ఉదాహరణ : ঠিকাদাৰে মজদূৰক শোষণ কৰি আছে

పర్యాయపదాలు : নিষ্পেষণ

అర్థం : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

ఉదాహరణ : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

పర్యాయపదాలు : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন

అర్థం : কোনো বস্তু আদিক শোষিত কৰা প্রক্রিয়া

ఉదాహరణ : গছ-গছনিয়ে মাটিৰ পৰা পানী আৰু অন্যান্য খনিজ লৱণ শোষণ কৰি লয়

పర్యాయపదాలు : শোহা-