పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শৈলী అనే పదం యొక్క అర్థం.

শৈলী   বিশেষ্য

అర్థం : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ఉదాహరణ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

పర్యాయపదాలు : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, ৰীতি

అర్థం : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ

ఉదాహరణ : সুৰদাসৰ ভাষাশৈলী সৰল আছিল

పర్యాయపదాలు : ভাষাশৈলী

అర్థం : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা

ఉదాహరణ : সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে