సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সমাপ্ত হোৱাৰ ভাব বা কার্য
ఉదాహరణ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
పర్యాయపదాలు : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
అర్థం : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
ఉదాహరణ : কলিযুগত অন্ত নিশ্চিত
పర్యాయపదాలు : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, সমাপ্তি, সাং
ఆప్ స్థాపించండి