పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শুল্ক అనే పదం యొక్క అర్థం.

শুল্ক   বিশেষ্য

అర్థం : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ఉదాహరణ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

పర్యాయపదాలు : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স

అర్థం : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

ఉదాహరణ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

పర్యాయపదాలు : ভাড়া, ভাৰা, মাচুল

అర్థం : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ఉదాహరణ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

పర్యాయపదాలు : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স

అర్థం : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

ఉదాహరణ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

పర్యాయపదాలు : ফিজ, মাচুল