అర్థం : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
ఉదాహరణ :
পূজাৰ আগতে পৱিত্র কৰা হয়
పర్యాయపదాలు : পৱিত্র
అర్థం : যিটো ভুল নহয়
ఉదాహరణ :
শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
అర్థం : ভেজাল নাইকিয়া ভাল বস্তু
ఉదాహరణ :
আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
పర్యాయపదాలు : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ