పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শুক্র అనే పదం యొక్క అర్థం.

শুক্র   বিশেষ্য

అర్థం : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে

ఉదాహరణ : পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়

పర్యాయపదాలు : শুক্রাণু

అర్థం : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়

ఉదాహరణ : তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে

పర్యాయపదాలు : বী্র্য

అర్థం : বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটো

ఉదాహరణ : তেওঁৰ ্ ডাঙৰ লʼৰাটো শুক্রবাৰে জন্ম হৈছিল

పర్యాయపదాలు : শুকুৰবাৰ, শুক্রবাৰ

అర్థం : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ

ఉదాహరణ : বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে

పర్యాయపదాలు : শুকুৰ, শুক্র-গ্রহ