అర్థం : যʼৰ পৰা জীৱনী শক্তিৰ সূচনাকাৰী হৰিৎ ৰং বাহিৰ হৈ গৈছে
ఉదాహరణ :
শুকান গছজোপা আধাতে মৰি গʼল
అర్థం : যি বহুত ্দুর্বল আৰু ক্ষীণ
ఉదాహరణ :
তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে
పర్యాయపదాలు : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা
అర్థం : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু
ఉదాహరణ :
খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে
పర్యాయపదాలు : ৰুক্ষ