పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শুকাই যোৱা అనే పదం యొక్క అర్థం.

শুকাই যোৱা   ক্ৰিয়া

అర్థం : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

ఉదాహరణ : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

పర్యాయపదాలు : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

అర్థం : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ఉదాహరణ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

పర్యాయపదాలు : জঁই ্পৰা, লেৰেলা

అర్థం : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

ఉదాహరణ : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

పర్యాయపదాలు : শুকোৱা

అర్థం : উজ্জ্বলতা কমি যোৱা

ఉదాహరణ : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

పర్యాయపదాలు : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা