పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শিৰস্ত্রাণ అనే పదం యొక్క అర్థం.

শিৰস্ত্রাণ   বিশেষ্য

అర్థం : মূৰত পকাই বন্ধা দীঘল কাপোৰ

ఉదాహరణ : তেওঁ ৰʼদত ্ কাম কৰাৰ সময়ত পাগুৰি মাৰি লয়

పర్యాయపదాలు : পাগুৰি, পাগুৰী

అర్థం : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী

ఉదాహరణ : সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে

అర్థం : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ

ఉదాహరణ : মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে

పర్యాయపదాలు : হেলমেট

అర్థం : দেৱতা, ৰজা আদিৰ শিৰত থকা এবিধ বিশেষ শিৰোভূষণ

ఉదాహరణ : ৰজাৰ শিৰত মুকুটে শোভাবর্দ্ধন কৰি আছে

పర్యాయపదాలు : কিৰীটি, মুকুট