సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শিলৰ টুকুৰা
ఉదాహరణ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
పర్యాయపదాలు : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
అర్థం : সৰু আকাৰৰ শিল
ఉదాహరణ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
పర్యాయపదాలు : পাথৰ, শিল
అర్థం : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
ఉదాహరణ :
పర్యాయపదాలు : পাথৰ
ఆప్ స్థాపించండి