సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
ఉదాహరణ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : পম, মূল, শিহা, শিহৰি, শিয়া
అర్థం : ঔষধৰ কামত অহা গছৰ মূল বিশেষ
ఉదాహరణ : বৈদ্যই এডাল শিপা পিহি ৰোগীক তাৰ ৰস খুৱালে
ఆప్ స్థాపించండి