సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
ఉదాహరణ : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
పర్యాయపదాలు : চূড়া, শিখৰ
అర్థం : জুইৰ আগ
ఉదాహరణ : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
పర్యాయపదాలు : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
అర్థం : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
ఉదాహరణ : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
పర్యాయపదాలు : টিকনি, টিকি
అర్థం : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
ఉదాహరణ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
పర్యాయపదాలు : অগ্র, আগ
ఆప్ స్థాపించండి