సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
ఉదాహరణ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
పర్యాయపదాలు : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
అర్థం : ধাতুৰ খাৰুৰে বনোৱা ৰচী
ఉదాహరణ : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
అర్థం : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
ఉదాహరణ : কুকুৰটো শিকলিৰে বান্ধি লোৱা
ఆప్ స్థాపించండి