పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শাস্তি দিয়া అనే పదం యొక్క అర్థం.

শাস্তি দিয়া   ক্ৰিয়া

అర్థం : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা

ఉదాహరణ : ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে

పర్యాయపదాలు : কষ্ট দিয়া, যাতনা দিয়া

అర్థం : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ఉదాహరణ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

పర్యాయపదాలు : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া

అర్థం : অপৰাধীক ্ তেওঁৰ ্ অপৰাধৰ ফলস্বৰূপে দিয়া শাস্তি, ঘটোৱা আর্থিক হানি আদি কার্য

ఉదాహరణ : হত্যাৰ অপৰাধত ন্যায়াধীশে শ্যামক আজীৱন কাৰাদণ্ড দিলে

పర్యాయపదాలు : দণ্ড দিয়া