పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শান্তি అనే పదం యొక్క అర్థం.

শান্তি   বিশেষ্য

అర్థం : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

ఉదాహరణ :

పర్యాయపదాలు : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

అర్థం : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

ఉదాహరణ : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

పర్యాయపదాలు : প্রশান্তি

అర్థం : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

ఉదాహరణ : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

పర్యాయపదాలు : আৰাম

అర్థం : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

ఉదాహరణ : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

పర్యాయపదాలు : সুখ

అర్థం : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

ఉదాహరణ : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

అర్థం : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

ఉదాహరణ : যোগ সাধনে মনলৈ শান্তি আনে

పర్యాయపదాలు : প্রশান্তি, স্বস্তি, ্শাঁতি

అర్థం : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

ఉదాహరణ : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

పర్యాయపదాలు : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা