పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শান্ত అనే పదం యొక్క అర్థం.

শান্ত   বিশেষণ

అర్థం : যি ক্রোধী নহয়

ఉదాహరణ : অক্রোধী লোকক সকলোৱে পছন্দ কৰে

పర్యాయపదాలు : অকোপন, অক্রুদ্ধ, অক্রোধিত, অক্রোধী, অৰুষ্ট

అర్థం : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

ఉదాహరణ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

పర్యాయపదాలు : ঠাণ্ডা

అర్థం : যʼত তৰঙ্গ উঠি থকা নাই

ఉదాహరణ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

పర్యాయపదాలు : স্থিৰ

అర్థం : ধ্বনিহীন বা যʼত ধ্বনি নাথাকে

ఉదాహరణ : ৰাতি নিজম আছিল আৰু ্তেওঁ ্ছাদৰ ওপৰত ঠিয় হৈ তৰা চাই আছিল

పర్యాయపదాలు : নিজম, নিশ্্ব্দ

అర్థం : যি উদ্বিগ্ন নহয়

ఉదాహరణ : মোহনৰ জীৱন নিৰুদ্বিগ্ন

పర్యాయపదాలు : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত

అర్థం : যাৰ চিত্ত স্থিৰ

ఉదాహరణ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

పర్యాయపదాలు : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত

అర్థం : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

ఉదాహరణ : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

పర్యాయపదాలు : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান