సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
ఉదాహరణ : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
పర్యాయపదాలు : খাট, ঢাৰিপাটি, পালঙ্ক, পালেং, বিচনা, শেতেলী, শোৱাপাটি
అర్థం : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
ఉదాహరణ : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
పర్యాయపదాలు : খাটিয়া, পাটী, পালেং, বিছনা, শেতেলি
ఆప్ స్థాపించండి