పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শঠতা అనే పదం యొక్క అర్థం.

শঠতা   বিশেষ্য

అర్థం : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

ఉదాహరణ : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

పర్యాయపదాలు : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য

అర్థం : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

ఉదాహరణ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

పర్యాయపదాలు : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা

అర్థం : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : দুষ্টতাৰ পৰা আঁতৰি থাকা

పర్యాయపదాలు : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা

అర్థం : কুটিল হোৱা অৱস্থা বা ভাব

ఉదాహరణ : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

పర్యాయపదాలు : কপটতা, কুটিলতা