అర్థం : শৰীৰৰ বল
ఉదాహరణ :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
పర్యాయపదాలు : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
అర్థం : প্রাকৃতিক ভাণ্ডাৰ
ఉదాహరణ :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
అర్థం : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
ఉదాహరణ :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
అర్థం : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
ఉదాహరణ :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
పర్యాయపదాలు : অধিকাৰ
అర్థం : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ఉదాహరణ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
పర్యాయపదాలు : চাপ