అర్థం : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
ఉదాహరణ :
শংখ সাগৰত পোৱা যায়
పర్యాయపదాలు : কম্বু
అర్థం : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
ఉదాహరణ :
পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
పర్యాయపదాలు : শঙ্খ