సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
ఉదాహరణ :
పర్యాయపదాలు : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
అర్థం : মনত হোৱা দুর্ভাৱনা
ఉదాహరణ : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
పర్యాయపదాలు : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
అర్థం : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
ఉదాహరణ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
పర్యాయపదాలు : আশংকা, শঙ্কা, সংশয়, সন্দেহ
అర్థం : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
ఉదాహరణ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
పర్యాయపదాలు : শঙ্কা, সংশয়, সন্দেহ
ఆప్ స్థాపించండి