సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রাণবায়ু উৰি যোৱা শৰীৰ
ఉదాహరణ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
పర్యాయపదాలు : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
అర్థం : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ఉదాహరణ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
పర్యాయపదాలు : শতক
అర్థం : নব্বৈ আৰু দহ
ఉదాహరణ : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
పర్యాయపదాలు : এশ, পাঁচ কুৰি, ১০০
అర్థం : গণনাত এশ বা এশ সংখ্যক
ఉదాహరణ : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
పర్యాయపదాలు : শততম
ఆప్ స్థాపించండి