పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লোৱা అనే పదం యొక్క అర్థం.

লোৱা   ক্ৰিয়া

అర్థం : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ఉదాహరణ : এই গাড়ীখনে বহুত পেট্রʼল খায়

పర్యాయపదాలు : খোৱা

అర్థం : উদাহৰণ হিচাপে লোৱা

ఉదాహరణ : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

పర్యాయపదాలు : লৈ লোৱা

అర్థం : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ఉదాహరణ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

పర్యాయపదాలు : কোৱা

అర్థం : ভাড়াত কোনো যান-বাহন আদি লোৱা

ఉదాహరణ : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

పర్యాయపదాలు : ঠিক কৰা

అర్థం : বাচি লোৱা

ఉదాహరణ : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

అర్థం : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ఉదాహరణ : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

పర్యాయపదాలు : ধৰা

అర్థం : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

ఉదాహరణ :

పర్యాయపదాలు : গ্রহণ কৰা

అర్థం : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ఉదాహరణ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

పర్యాయపదాలు : গ্রহণ কৰা, স্বীকাৰ কৰা

అర్థం : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ఉదాహరణ :

పర్యాయపదాలు : উৰা, পিন্ধা, পৰিধান কৰা

అర్థం : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ఉదాహరణ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

పర్యాయపదాలు : গ্রহণ কৰা, স্বীকাৰ কৰা