అర్థం : আনৰ উপকাৰ কৰোঁতা লোক
ఉదాహరణ :
চৰকাৰে লোকহিতৈষী ্আঁচনি চলাই আছে
పర్యాయపదాలు : লোক হিতৈষী, লোক-হিতৈষী
అర్థం : আনৰ উপকাৰ কৰাজন
ఉదాహరణ :
হাতিম এজন লোকহিতৈষী ব্যক্তি আছিল
పర్యాయపదాలు : পৰোপকাৰী, লোক-হিতৈষী