పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লেৰেলা అనే పదం యొక్క అర్థం.

লেৰেলা   ক্ৰিয়া

అర్థం : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ఉదాహరణ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

పర్యాయపదాలు : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

అర్థం : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ఉదాహరణ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

పర్యాయపదాలు : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

అర్థం : যাৰ সতেজতা নোহোৱা হৈছে

ఉదాహరణ : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

అర్థం : যি বহুত ্দুর্বল আৰু ক্ষীণ

ఉదాహరణ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

పర్యాయపదాలు : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

అర్థం : যি শুকাবলৈ ধৰিছে

ఉదాహరణ : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

పర్యాయపదాలు : লেৰেলি যোৱা