అర్థం : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
ఉదాహరణ :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
పర్యాయపదాలు : পেঙ্গুচিয়া, লেকেচিয়া
అర్థం : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
ఉదాహరణ :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
పర్యాయపదాలు : লেঙ্গেৰা
అర్థం : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
ఉదాహరణ :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
పర్యాయపదాలు : খোৰা
అర్థం : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
ఉదాహరణ :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
అర్థం : যাৰ এটা ভৰি ভাঙিল
ఉదాహరణ :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল