సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ఉదాహరణ : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
పర్యాయపదాలు : প্রলোভন
అర్థం : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
ఉదాహరణ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
పర్యాయపదాలు : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
అర్థం : প্রবল অভিলাষ বা তীব্র ইচ্ছা
ఉదాహరణ : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
ఆప్ స్థాపించండి