అర్థం : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
ఉదాహరణ :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
పర్యాయపదాలు : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
అర్థం : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
ఉదాహరణ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
పర్యాయపదాలు : পোৱা
అర్థం : নিজৰ অধিকাৰ সাব্যস্ত কৰা
ఉదాహరణ :
অশোকে কলিংগত জয় লাভ কৰিছিল
పర్యాయపదాలు : পোৱা, প্রাপ্ত কৰা
అర్థం : প্রাপ্ত হোৱা বা পোৱা কার্য
ఉదాహరణ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
పర్యాయపదాలు : পোৱা, প্রাপ্তি ঘটা