సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
ఉదాహరణ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
పర్యాయపదాలు : চকৰি
అర్థం : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে
పర్యాయపదాలు : চকৰী, লাটিম
అర్థం : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
పర్యాయపదాలు : লাটিম
ఆప్ స్థాపించండి