అర్థం : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
ఉదాహరణ :
কাগজখন কাঠডালত লাগি ধৰিল
పర్యాయపదాలు : আঁট ্খোৱা
అర్థం : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ఉదాహరణ :
মোৰ ডিঙিটো টানি ধৰিছে
పర్యాయపదాలు : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
అర్థం : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ఉదాహరణ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
పర్యాయపదాలు : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা