సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এশ হাজাৰৰ মুঠ সংখ্যা
ఉదాహరణ : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে
పర్యాయపదాలు : লক্ষ
అర్థం : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়
ఉదాహరణ : একলাখ চাৰিত লাখৰ স্থানত এক আছে
అర్థం : এশ হাজাৰ
ఉదాహరణ : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে
ఆప్ స్థాపించండి