అర్థం : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
ఉదాహరణ :
এই বছৰ আম গছত সোনকালে মল লাগিছে
అర్థం : কার্য আদিত ৰত হোৱা
ఉదాహరణ :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
పర్యాయపదాలు : ব্যস্ত হোৱা, লাগি থকা
అర్థం : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
ఉదాహరణ :
নাওখন নদীৰ পাৰত গৈ লাগিল
అర్థం : অনুমানতকৈ বেছি প্রয়োজন হোৱা
ఉదాహరణ :
এই কামটোত বহুত টকা লাগিছে
అర్థం : কোনো কামত দৃঢ়তাৰে লাগি থকা
ఉదాహరణ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
పర్యాయపదాలు : লাগি যোৱা
అర్థం : কাৰোবাক আঘাত দিয়া
ఉదాహరణ :
তেওঁ ্মোক পেনৰ নিব লগালে
అర్థం : আঘাত বা কষ্ট পোৱা
ఉదాహరణ :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
పర్యాయపదాలు : আঘাত কৰা
అర్థం : সম্বন্ধত কিবা হোৱা
ఉదాహరణ :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
అర్థం : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
ఉదాహరణ :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
అర్థం : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
ఉదాహరణ :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল