సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি সময়ত কোনো লোক জোৱান হয়
ఉదాహరణ : তেওঁ নিজৰ গোটেই যৌৱন নিচাজাতীয় দ্রৱ্য সেৱন কৰিয়েই পাৰ কৰি দিলে
పర్యాయపదాలు : তৰুণকাল, যুৱাৱস্থা, যৌৱনকাল
అర్థం : বাল্যাৱস্থা আৰু বৃদ্ধাৱস্থাৰ মাজৰ কালছোৱা বা যুৱক হোৱা অৱস্থা
ఉదాహరణ : মনোহৰৰ যৌৱন ভটিয়াবলৈ ধৰিছে
పర్యాయపదాలు : তৰুণতা, যৌৱনকাল, যৌৱনাৱস্থা, সাবালকত্ব
ఆప్ స్థాపించండి