సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ఉదాహరణ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
పర్యాయపదాలు : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
అర్థం : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ఉదాహరణ :
పర్యాయపదాలు : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
అర్థం : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ఉదాహరణ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
పర్యాయపదాలు : অকপটীয়া, ঋজু, গুণী, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু
అర్థం : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
ఉదాహరణ : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
పర్యాయపదాలు : উচিত, উপযুক্ত, সমুচিত
అర్థం : যেনে হোৱা উচিত তেনেধৰণৰ
ఉదాహరణ : এই কথাটো মোৰ উচিত যেন লগা নাই
పర్యాయపదాలు : উচিত, উপযুক্ত, ঠিক, সঠিক
అర్థం : কিবা পোৱা বা লোৱাৰ যোগ্য
ఉదాహరణ : তেওঁ ্মাৰ খোৱাৰ যোগ্য
పర్యాయపదాలు : উপযুক্ত
ఆప్ స్థాపించండి