అర్థం : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা
ఉదాహరణ :
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল
పర్యాయపదాలు : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ বিৰাম, যুদ্ধ-বিৰতি
అర్థం : যুদ্ধৰত দুটা দলৰ মাজত মাজত নির্ধাৰিত সময়ৰ কাৰণে যুদ্ধ বন্ধ ৰাখিবলৈ কৰা সন্ধি
ఉదాహరణ :
বিপক্ষই যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰি আক্রমণ কৰিলে
పర్యాయపదాలు : যুদ্ধবিৰাম