సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বহুত বেছি সময়
ఉదాహరణ : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
అర్థం : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ఉదాహరణ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
పర్యాయపదాలు : কাল, দিন
అర్థం : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
ఉదాహరణ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
పర్యాయపదాలు : কাল, সময়
ఆప్ స్థాపించండి