అర్థం : যাৰ ৰʼবলৈ বা থাকিবলৈ কোনো নিশ্চিত ঠাই নাই
ఉదాహరణ :
ভাৰতত আজিও ভালেমান যাযাবৰ জাতি পোৱা যায়
అర్థం : যি বহুত ঘূৰি ফুৰে
ఉదాహరణ :
যোগীৰাজ হৰিহৰণদেৱ এজন ভ্রমণশীল সাধু
పర్యాయపదాలు : ভ্রমণ-প্রেমী, ভ্রমণপ্রিয়, ভ্রমণপ্রেমী, ভ্রমণশীল