అర్థం : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
ఉదాహరణ :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
పర్యాయపదాలు : কষ্ট দিয়া, শাস্তি দিয়া
అర్థం : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
ఉదాహరణ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
పర్యాయపదాలు : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, শাস্তি দিয়া