సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
ఉదాహరణ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
పర్యాయపదాలు : জহন্নাম, দোখজ, নর্ক, নৰক
అర్థం : যি লোকলৈ মানুহ মৃত্যুৰ পিছত যায়
ఉదాహరణ : কোৱা হয় যে নৰক চতুদর্শীৰ দিনা যমলোকৰ দুৱাৰ খোলা থাকে
పర్యాయపదాలు : মৃত্যুলোক, যমলোক
ఆప్ స్థాపించండి