పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి যন্ত্রণা అనే పదం యొక్క అర్థం.

যন্ত্রণা   বিশেষ্য

అర్థం : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ఉదాహరణ : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

పర్యాయపదాలు : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যাতনা

అర్థం : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

ఉదాహరణ : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

పర్యాయపదాలు : কষ্ট, দুখ, দুখ-কষ্ট, দুখ-বেদনা, যাতনা

అర్థం : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ఉదాహరణ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

పర్యాయపదాలు : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যাতনা, শোক, শোগ, সন্তাপ