పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి যখ అనే పదం యొక్క అర్థం.

যখ   বিশেষ্য

అర్థం : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

ఉదాహరణ :

పర్యాయపదాలు : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, জীন, দেও, পিশাচ, পেৰেত, প্রেত, ভূত, ভূত-প্রেত

যখ   বিশেষণ

అర్థం : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ

ఉదాహరణ :

పర్యాయపదాలు : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, হাতে শুকোৱা