పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ম্লান అనే పదం యొక్క అర్థం.

ম্লান   বিশেষণ

అర్థం : যাৰ কান্তি মাৰ গৈছে

ఉదాహరణ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল

పర్యాయపదాలు : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত

అర్థం : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

ఉదాహరణ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

పర్యాయపదాలు : অন্যমনস্ক, উদাস, বিৰক্ত

అర్థం : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে

ఉదాహరణ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে

పర్యాయపదాలు : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা