పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মোহৰ అనే పదం యొక్క అర్థం.

মোহৰ   বিশেষ্য

అర్థం : সোণেৰে বনোৱা মুদ্রা

ఉదాహరణ : হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল

పర్యాయపదాలు : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা

అర్థం : সোণেৰে তৈয়াৰী মুদ্রা

ఉదాహరణ : তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে

పర్యాయపదాలు : সোণৰ মুদ্রা

అర్థం : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

ఉదాహరణ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

పర్యాయపదాలు : ছীল, ষ্টাম্প

అర్థం : সোণ বা ৰূপৰ মুদ্রা

ఉదాహరణ : বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে

అర్థం : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য

ఉదాహరణ : টাকশালত টকা-পইচাৰ ছাপ মৰা হয়

মোহৰ   বিশেষণ

అర్థం : যিহত মোহৰ মৰা হৈছে

ఉదాహరణ : এই চেকখনত মোহৰ মৰা আছে

పర్యాయపదాలు : ষ্টাম্প