సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মোহ বা ভ্রমত পৰা
ఉదాహరణ : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
పర్యాయపదాలు : মুগ্ধ, মোহাবিষ্ট
అర్థం : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ఉదాహరణ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
పర్యాయపదాలు : আসক্ত, মুগ্ধ, মোহাবিষ্ট, ৰক্ত
ఆప్ స్థాపించండి