అర్థం : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি
ఉదాహరణ :
তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়
అర్థం : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা
ఉదాహరణ :
তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে
అర్థం : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি
ఉదాహరణ :
ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ
పర్యాయపదాలు : খচিত চিত্র