అర్థం : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
ఉదాహరణ :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
పర్యాయపదాలు : টাইপ কৰা
అర్థం : যাৰ মুদ্রণ কৰা হৈছে
ఉదాహరణ :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
అర్థం : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
ఉదాహరణ :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
పర్యాయపదాలు : মুদ্রাংকিত, মুদ্রাঙ্কিত