అర్థం : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
ఉదాహరణ :
পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
పర్యాయపదాలు : ধাতুমুদ্রা
అర్థం : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
ఉదాహరణ :
এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল