సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো আৱশ্যক হয়
ఉదాహరణ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
పర్యాయపదాలు : প্রধান, মূল
అర్థం : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
ఉదాహరణ : বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
పర్యాయపదాలు : মেজৰ
అర్థం : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ఉదాహరణ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
పర్యాయపదాలు : প্রধান
అర్థం : যি কোনো ক্ষেত্রৰ প্রধান
ఉదాహరణ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
పర్యాయపదాలు : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, শ্রেষ্ঠ
అర్థం : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
ఉదాహరణ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
పర్యాయపదాలు : প্রধান, প্রাথমিক
ఆప్ స్థాపించండి