అర్థం : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
ఉదాహరణ :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
పర్యాయపదాలు : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
అర్థం : কিহবাৰ সৈতে মিলি থকা কার্য
ఉదాహరణ :
তেল পানীত কেতিয়াও নিমিহলে
పర్యాయపదాలు : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা